অসম

assam

By

Published : Nov 28, 2020, 5:10 PM IST

ETV Bharat / state

চাপৰত পথ দুৰ্ঘটনাত থিতাতে নিহত সাত বছৰীয়া ছাত্ৰী

পূৱ বিলাসীপাৰাৰ চাপৰত পথ দুৰ্ঘটনা ৷ থিতাতে নিহত সাত বছৰীয়া ছাত্ৰী ৷

পূৱ বিলাসীপাৰা
চাপৰত পথ দুৰ্ঘটনাত থিতাতে নিহত সাত বছৰীয়া ছাত্ৰী

ধুবুৰী, 28 নৱেম্বৰ : পূৱ বিলাসীপাৰাৰ চাপৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত থিতাতে নিহত সাত বছৰীয়া ছাত্ৰী ৷ নিহত ছাত্ৰীগৰাকীৰ নাম আমিনা খাতুন ৷

চাপৰৰ খেৰডুবি 17 নং ৰাষ্ট্ৰীয় ঘাইপথত এখন চাৰি চকীয়া মেক্সিমো বাহনৰ খুন্দাত নিহত হয় ছাত্ৰীগৰাকী । ঘটনা সংঘটিত কৰি পলায়ন কৰে গাড়ীসহ চালক ৷ ঘটনাস্থলীত উপস্থিত হয় শালকোচা আৰক্ষী ৷

লগতে পঢ়ক :গগৈ বনাম মহন্তঃ কোনে দিছিল অসমৰ অৰ্থনীতিক নতুন গতি ?

ABOUT THE AUTHOR

...view details