বিলাসীপাৰা, 22 এপ্ৰিল:ৰাজ্যজুৰি অব্যাহত আছে কৰ’ণাৰ দ্বিতীয় ঢৌৰ ত্ৰাস ৷ ধুবুৰী জিলাতো ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷ বৃহস্পতিবাৰে ধুবুৰীৰ বিলাসীপাৰাত পুনৰ দুজন লোকৰ শৰীৰত ধৰা পৰিছে ক'ভিড ১৯ৰ অৱস্থিতি ৷ ইয়াৰ পাছতে বিলাসীপাৰাত কৰ’ণাৰ দ্বিতীয় ঢৌত আক্ৰান্তৰ সংখ্যা 12 গৰাকীলৈ বৃদ্ধি পাইছে ৷
কৰ’ণাৰ দ্বিতীয় ঢৌত বিলাসীপাৰাত ক’ভিডত আক্ৰান্ত 12 গৰাকী - corona virus
ধুবুৰীৰ বিলাসীপাৰাত পুনৰ দুজন লোকৰ শৰীৰত ধৰা পৰিছে ক'ভিড ১৯ৰ অৱস্থিতি ৷ ইয়াৰ পাছতে বিলাসীপাৰাত কৰ’ণাৰ দ্বিতীয় ঢৌত আক্ৰান্তৰ সংখ্যা 12 গৰাকীলৈ বৃদ্ধি পাইছে ৷
![কৰ’ণাৰ দ্বিতীয় ঢৌত বিলাসীপাৰাত ক’ভিডত আক্ৰান্ত 12 গৰাকী 2-covid-positive-found-in-bilasipara](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11500364-thumbnail-3x2-bilasipara.jpg)
কৰ’ণাৰ দ্বিতীয় ঢৌত বিলাসীপাৰাত ক’ভিডত আক্ৰান্ত 12 গৰাকী
কৰ’ণাৰ দ্বিতীয় ঢৌত বিলাসীপাৰাত ক’ভিডত আক্ৰান্ত 12 গৰাকী
বিলাসীপাৰা সহকাৰী স্বাস্থ্য কেন্দ্ৰত কৰোৱা ৰেপিড এন্টিজেন টেষ্টত লোক কেইজনৰ শৰীৰত ধৰা পৰে কৰ‘ণাৰ অৱস্থিতি ৷ সম্প্ৰতি ক’ভিডত আক্ৰান্ত হোৱা দুয়োজন লোকক হোম কোৱাৰান্টাইনত ৰখা হৈছে ৷
লগতে পঢ়ক: চৰাইদেউত তিনি আলফাৰ আত্মসমৰ্পণ