পশ্চিম বিলাসীপাৰা,10 মে':ধুবুৰী জিলাত বৃদ্ধি পাইছে ক’ভিড-19 ৰ গণ সংক্ৰমণ ৷ ধুবুৰী জিলাৰ বিলাসীপাৰা অসামৰিক চিকিৎসালয়ৰ অন্তৰ্গত ১৭৭ জন লোকৰ দেহত ধৰা পৰিছে ক'ভিড-19 ৰ অৱস্থিতি ৷ আনকি ক'ভিড-19 ত আক্ৰান্ত হৈছে চিকিৎসালয়খনৰ চিকিৎসক, নাৰ্চসহ ভালেকেইজন স্বাস্থ্য কৰ্মী ৷
বিলাসীপাৰাত নাৰ্চ, স্বাস্থ্য কৰ্মীসহ ১৭৭ গৰাকীৰ দেহত ক’ভিড 19 - চিকিৎসক
ধুবুৰী জিলাত বৃদ্ধি পাইছে ক’ভিড-19 ৰ গণ সংক্ৰমণ ৷ সোমবাৰৰ দিনটোত ২৯ জন লোকৰ শৰীৰত ধৰা পৰে ক’ভিড-19 ৰ অৱস্থিতি ৷ বিলাসীপাৰা অসামৰিক চিকিৎসালয়ৰ অন্তৰ্গত ১৭৭ জন লোকৰ দেহত ধৰা পৰিছে ক'ভিড-19 ৰ অৱস্থিতি ৷
বিলাসীপাৰা অসামৰিক চিকিৎসালয়ৰ অন্তৰ্গত ১৭৭ জনৰ দেহত ক'ভিড-19ৰ অৱস্থিতি
ডাঃ বলেন্দ্ৰ কলিতা, ডাঃ হেমাংগ দাস, নাৰ্চ ফাতিমা খাতুন, লেবৰেটৰী টেকনিচিয়ান পি চক্ৰৱৰ্তী, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আব্দুল ৱাহাব আক্ৰান্ত হৈছে ক'ভিড-19 ত ৷ সোমবাৰৰ দিনটোত ২৯ জন লোকৰ শৰীৰত ধৰা পৰে ক’ভিড-19 ৰ অৱস্থিতি ৷
লগতে পঢ়ক :কৰিমগঞ্জৰ ক'ভিড চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি