- চাপৰত তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চাপৰত আৰক্ষীয়ে আটক কৰিলে 11 জন বুকী
- আৰক্ষীৰ অভিযানত ১১ জন বুকী সহ খেলুৱৈক আটক
- এক গোপন সূত্ৰৰ পম খেদি আটক কৰে লোক কেইজনক
- ধৃত লোক কেইজনৰ পৰা 7 হাজাৰ টকা আৰু 7 টা মোবাইল জব্দ কৰে আৰক্ষীয়ে
- অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে
চাপৰত আৰক্ষীয়ে আটক কৰিলে 11 জন বুকী - ধৃত লোক কেইজনৰ পৰা 7 হাজাৰ টকা আৰু 7 টা মোবাইল জব্দ
পূৱ বিলাসীপাৰা চাপৰত তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ আৰক্ষীৰ অভিযানত 11 জন বুকী আৰু খেলুৱৈক আটক কৰে ৷
![চাপৰত আৰক্ষীয়ে আটক কৰিলে 11 জন বুকী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4194785-thumbnail-3x2-dh.jpg)
চাপৰত আৰক্ষীয়ে আটক কৰিলে 11 জন বুকী