Russia-Ukraine crisis: ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় ছাত্ৰৰ মৃত্যু
ইউক্ৰেইনত আৱদ্ধ হৈ থকা কৰ্ণাটকৰ এজন ভাৰতীয় ছাত্ৰ নিহত হৈছে ৷ পশ্চিম সীমান্তলৈ যোৱাৰ বাবে লভিভৰ ৰেল ষ্টেচনলৈ যোৱা অৱস্থাত তেওঁ গুলীবিদ্ধ হৈ নিহত হয় ছাত্ৰজন ।
Russia Ukraine War: ইউক্ৰেইনক কি আশ্বাস দিছে আমেৰিকাৰ বিদেশ সচিবে ?
ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষই (Russia Ukraine war) ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰি বিপদত ৰাছিয়া । ৰাছিয়াৰ বিৰুদ্ধে বিভিন্ন ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে বহু দেশে । শেহতীয়াকৈ আমেৰিকাকে ধৰি কেইবাখনো দেশে ইউক্ৰেইনক দিছে সহায়ৰ আশ্বাস ।
Russia Ukraine War : আজিয়েই সকলো ভাৰতীয়ক কিভ এৰাৰ নিৰ্দেশ চৰকাৰৰ
যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰিস্থিতি দিনক দিনে বেয়াৰ দিশে অগ্ৰসৰ হৈছে । এনে পৰিস্থিতিত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলৰ উদ্ধাৰৰ বাবে যৎপৰোনাস্তি ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ মাজতেই উদ্বেগজনকভাৱে আজিয়েই সকলো ভাৰতীয়ক কিভ এৰাৰ নিৰ্দেশ দিলে চৰকাৰে (Advisory tells Indian to leave Kyiv immediately) ।
Life imprisonment: শোণিতপুৰত ৫ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড
শোণিতপুৰ জিলা সত্ৰ ন্যায়াধীশ আদালতৰ এক ঐতিহাসিক ৰায়দান (Men sentenced to life imprisonment)। ২০০৮ চনত চাৰিদুৱাৰ থানাৰ অধীনত সংঘটিত এক হত্যাকাণ্ডৰ ৫ অভিযুক্তৰ বিৰুদ্ধে আদালতে ঘোষণা কৰিলে যাৱজীবন কাৰাদণ্ড । শোণিতপুৰ জিলা আৰু ন্যায়াধীশ চত্ৰ ভূষণ গগৈৰ আদালতে এই ঐতিহাসিক ৰায় প্ৰদান কৰে ।
Attack by Drug addicts: ৰূপহীহাটত ড্ৰাগছ সেৱনকাৰীৰ তাণ্ডৱ
ৰূপহীহাটৰ শিঙিমাৰীত উত্তপ্ত পৰিস্থিতি । শিঙিমাৰীত ড্ৰাগছ সেৱনকাৰীয়ে আক্ৰমণ কৰে কেইবাজানো লোকক (People attacked by Drug addicts at Rupahihat) ।