গাড়ীগাঁও দলবদ্ধ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলীক গ্ৰেপ্তাৰ
আৰক্ষীৰ জালত গাড়ীগাঁও দলবদ্ধ ধৰ্ষণৰ মূল অভিযুক্ত বিকি আলী ৷ দামপুৰ পাহাৰত আত্মগোপন কৰি আছিল বিকি আলীয়ে ৷ কামৰূপ মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিকি আলীক (accused of garigaon gang rape arrested) ৷
Hijab Ban case : হিজাব সম্পৰ্কে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান
দেশত অব্যাহত আছে হিজাব সম্পৰ্কীয় বিতৰ্ক (Hijab controversy in India) । এনে বিতৰ্কৰ মাজতে কৰ্ণাটক উচ্চ ন্যায়ালয়ে এক বিশেষ ৰায় প্ৰদান কৰে । হিজাব সম্পৰ্কে কি ক'লে কৰ্ণাটক উচ্চ ন্যায়ালয়ে ।
HSSLC Candidate commits suicide : তেজপুৰত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ছাত্ৰৰ আত্মহত্যা
তেজপুৰত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰৰ আত্মহত্যা (HSSLC Candidate commits suicide) ৷ মেধাৱী ছাত্ৰৰ আত্মহত্যাক কেন্দ্ৰ কৰি সমগ্ৰ তেজপুৰত তীব্ৰ প্ৰতিক্ৰিয়া ৷
8 টাকৈ সমবায় বেংকক ৰিজাৰ্ভ বেংকে বিহিলে 12.75 লাখৰ জৰিমনা
দেশৰ বিভিন্ন সমবায় বেংকে নিৰ্দিষ্ট নীতি-নিয়ম উলংঘনৰ পৰিণাম । বিভিন্ন ৰাজ্যৰ 8 টাকৈ সমবায় বেংকৰ বিৰুদ্ধে জৰিমনা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (RBI has imposed penalty on 8 cooperative banks) । বেংকসমূহক প্ৰায় 12.75 লাখ টকাৰ জৰিমনা বিহে ৰিজাৰ্ভ বেংকে ।
আমেৰিকাই ইউক্ৰেইনৰ শৰণাৰ্থীক আত্মৰক্ষাৰ অৰ্থে অস্ত্ৰ প্ৰদান কৰিব : বাইডেন
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে সোমবাৰে ইউক্ৰেইনক (US to allow Ukrainian refugees) ৰাছিয়াৰ সামৰিক অভিযানৰ বিৰুদ্ধে অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰে । টুইটাৰৰ জৰিয়তে ঘোষণা কৰা হৈছিল এই কথা ৷