অসম

assam

By

Published : Sep 25, 2019, 1:11 PM IST

ETV Bharat / state

২৫ সংখ্যক ছিনিয়ৰ মহিলা ফুটবলত প্ৰতিযোগিতা

পাছিঘাটৰ উদ্যান বিদ্যা আৰু বন মহাবিদ্যালয়ৰ ষ্টেডিয়ামত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাত ৰে'লৱে দলক 1-0 গ'ল দি জয়লাভ কৰে মণিপুৰ দলে

২৫ সংখ্যক ছিনিয়ৰ মহিলা ফুটবলত প্ৰতিযোগিতা

জোনাই ২৫ ছেপ্তেম্বৰঃ ২৫ সংখ্যক অগ্ৰৱৰ্ত্তী মহিলা ফুটবল প্ৰতিযোগিতাত চেম্পিয়ন মণিপুৰ দল ৷ সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ তত্বাৱধানত পূব চিয়াং জিলাৰ ক্ৰীড়া সন্থাৰ সহযোগত স্মাৰ্ট চিটি পাছিঘাটত 10 চেপ্তেম্বৰৰ পৰা আৰম্ভ হৈছিল মহিলা ফুটবল প্ৰতিযোগিতাখন ৷ পাছিঘাটৰ উদ্যান বিদ্যা আৰু বন মহাবিদ্যালয়ৰ ষ্টেডিয়ামত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাত ৰে'লৱে দলক 1-0 গ'ল দি জয়লাভ কৰে মণিপুৰ দলে ৷

২৫ সংখ্যক ছিনিয়ৰ মহিলা ফুটবলত প্ৰতিযোগিতা

আনহাতে,ছিনিয়ৰ মহিলা ফুটবল প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ খিতাপ অৰ্জন কৰে ৰে'লৱে দলৰ খেলুৱৈ সঞ্জুৱে আৰু শ্ৰেষ্ঠ গ'ল ৰক্ষকৰ খিতাপ অৰ্জন কৰে মণিপুৰ দলৰ এলবাম পানথনি চানুৱে ৷

ABOUT THE AUTHOR

...view details