অসম

assam

ETV Bharat / state

জোনাইত অৰ্ধ উলংগ আৰু মুণ্ডন কৰি প্ৰতিবাদ - আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

জোনাইত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছু,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৰ্ধ উলংগ আৰু মুণ্ডনেৰে উত্তাল প্ৰতিবাদ ৷

জোনাই
জোনাইত অৰ্ধ উলংগ আৰু মুণ্ডন কাৰ্যসূচীৰে প্ৰতিবাদ

By

Published : Dec 16, 2019, 6:14 PM IST

জোনাই ১৬ ডিচেম্বৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনত পৰিণত হোৱা পাচতে অসম অৰুণাচল সীমান্তৰ জোনাইত বিভিন্ন দল সংগঠনে অব্যাহত ৰাখিছে আন্দোলন৷ সোমবাৰে অসম অৰুণাচল সীমান্তৰ জোনাইৰ ৰুকচিন চেক গেটৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু জোনাইৰ কুৰিৰো অধিক কৰ্মীয়ে অৰ্ধ উলংগ আৰু মুণ্ডন কাৰ্যসূচীৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

জোনাইত অৰ্ধ উলংগ আৰু মুণ্ডন কাৰ্যসূচীৰে প্ৰতিবাদ

ABOUT THE AUTHOR

...view details