অসম

assam

By

Published : Mar 27, 2021, 8:58 AM IST

ETV Bharat / state

মহাজোঁটৰ প্ৰাৰ্থী শৈলেন সোণোৱালে সাব্যস্ত কৰিলে ভোটদান প্ৰক্ৰিয়া

পুৱা প্ৰায় ৭ বজাৰ পৰা ১৬৫নং ধেমাজি টাউন হাইস্কুলৰ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সকলে সাব্যস্ত কৰিছে ভোটদান প্ৰক্ৰিয়া ৷ ১১৩নং ধেমাজি সমষ্টি কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী শৈলেন সোণোৱালেও সাব্যস্ত কৰিছে নিজৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া ৷

ধেমাজি, 27 মাৰ্চ : ৰাজ্যত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ আজি ৰাজ্যৰ 47টা সমষ্টিৰ ভিতৰত ১১৩নং ধেমাজি বিধান সভা সমষ্টিটো আৰম্ভ হৈছে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

পুৱা প্ৰায় ৭ বজাৰ পৰা ১৬৫নং ধেমাজি টাউন হাইস্কুলৰ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সকলে সাব্যস্ত কৰিছে ভোটদান প্ৰক্ৰিয়া ৷ ১১৩নং ধেমাজি সমষ্টি কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী শৈলেন সোণোৱালেও সাব্যস্ত কৰিছে নিজৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া ৷

মহাজোঁটৰ প্ৰাৰ্থী শৈলেন সোণোৱালে সাব্যস্ত কৰিলে ভোটদান প্ৰক্ৰিয়া

উল্লেখ্য যে, ১১৩নং ধেমাজি সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 247222 ৷ ইয়াৰে ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 124672 আৰু মহিলা ভোটাৰ সংখ্যা হৈছে 122550 ৷

লগতে পঢ়ক:পুৱাই শিৱসাগৰৰ ভোট কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী

ABOUT THE AUTHOR

...view details