অসম

assam

By

Published : Mar 2, 2021, 9:57 AM IST

ETV Bharat / state

ধেমাজিত আস্থাৰ বৃক্ষৰোপণ কাৰ্যসূচী

ধেমাজিত আস্থা নামৰ মহিলা সংগঠনৰ উদ্যোগত বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ ৷

as_dmj_plantation-by-astha-organization_as10021
ধেমাজিত আস্থাৰ বৃক্ষৰোপন কাৰ্যসূচী

ধেমাজি,2 মাৰ্চ: ধেমাজিত আস্থা নামৰ এটা মহিলা সংগঠনৰ উদ্যোগত গ্ৰহণ বৃক্ষৰোপণ কাৰ্যসূচী ৷ সোমবাৰে সংগঠনটোৰ সদস্যাসকলে ধেমাজিৰ বালিকা মহাবিদ্যালয়ৰ চৌহদত শতাধিক গছপুলি ৰোপণ কৰে ৷

আস্থাৰ বৃক্ষৰোপণ কাৰ্যসূচী

সেউজ পৃথিৱী গঢ়াৰ উদ্দেশ্যে আস্থাই এই পদক্ষেপ গ্ৰহণ কৰিছে ৷ মহাবিদ্যালয় চৌহদৰ উপৰিও ধেমাজিৰ অন্যান্য ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ চৌহদত অনাগত দিনত গছপুলি ৰোপণ কৰি প্ৰদূষণ ৰোধ কৰাৰ চেষ্টা চলাব বুলি প্ৰকাশ কৰে আস্থাৰ সদস্যাসকলে ৷

লগতে পঢ়ক-নিৰ্বাচনক লৈ সাজু ধেমাজি জিলা প্ৰশাসন

ABOUT THE AUTHOR

...view details