অসম

assam

ETV Bharat / state

বিজেপিৰ শান্তি সমদলক লৈ সকীয়নি ধেমাজি গোঁহাই গাঁওবাসীৰ - বিজেপিৰ শান্তি সমদলক লৈ সকীয়নি ধেমাজি গোঁহাই গাঁওবাসীৰ

8 জানুৱাৰীত ধেমাজিত শান্তি সমদল উলিওৱাক লৈ সকীয়নি ধেমাজি গোঁহাই গাঁওবাসীৰ ৷ দেওবাৰে বিজেপিৰ শান্তি সমদলক লৈ গোঁহাই গাঁও পঞ্চায়তৰ অধীনত এক গাঁওসভা অনুষ্ঠিত কৰি শান্তি সমদল মানি নলও বুলি সিদ্ধান্ত গ্ৰহম কৰে ৷

peace rally against BJP at dhemaji
বিজেপি দলৰ শান্তি সমদলক লৈ সকীয়নি ধেমাজি গোঁহাই গাঁওবাসীৰ

By

Published : Jan 6, 2020, 12:47 PM IST

ধেমাজি,6 জানুৱাৰী :বিজেপিৰ শান্তি সমদলক লৈ ক্ষুব্ধ ধেমাজিৰ গোঁহাই গাঁওবাসী ৷ দেওবাৰে বিজেপিৰ শান্তি সমদলক লৈ গোঁহাই গাঁও পঞ্চায়তৰ অধীনত এক গাঁওসভা অনুষ্ঠিত কৰে ৷ নাগৰিকত্ব সংশোধনী আইনক লৈ আন্দোলন অব্যাহত থকাৰ মাজতে 8 জানুৱাৰীত ধেমাজিত শান্তি সমদল উলিওৱাক লৈ সকীয়নি ধেমাজি গোঁহাই গাঁওবাসীৰ ৷ ঐতিহ্যমণ্ডিত গোঁহাই গাঁও ৰংচটিওৱা পথাৰৰৰ পৰা বিজেপিৰ শান্তি সমদল উলিয়াব বিচৰাক লৈ ক্ষুব্ধ হৈ পৰিছে গোঁহাই গাঁওবাসী ৷ কোনো কাৰণতে এই শান্তি সমদল মানি নলও বুলি সভাত সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে গাঁওবাসীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে ৷

বিজেপি দলৰ শান্তি সমদলক লৈ সকীয়নি ধেমাজি গোঁহাই গাঁওবাসীৰ

ABOUT THE AUTHOR

...view details