ধেমাজি, 27 নৱেম্বৰঃপদ্মনাথ গোহাঞি বৰুৱা সোৱৰণী একাংক নাট প্ৰতিযোগিতাৰ বাৰ্ষিক অধিৱেশনখন শুক্ৰবাৰে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহ অনুষ্ঠিত হয় ৷ এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰা লগতে সমবেত সংগীতেৰে অনুষ্ঠানৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ৷
ধেমাজিত পদ্মনাথ গোহাঞিবৰুৱা সোৱৰণীত একাংক নাট প্ৰতিযোগিতা - ৰ বহু সংখ্যক প্ৰতিযোগী
পদ্মনাথ গোহাঞি বৰুৱা সোৱৰণী একাংক নাট প্ৰতিযোগিতাৰ বাৰ্ষিক অধিৱেশন শুক্ৰবাৰে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহ অনুষ্ঠিত হয় ৷ পুৱা পতাকা উত্তোলন কৰা লগতে সমবেত সংগীতেৰে অনুষ্ঠানৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ৷
![ধেমাজিত পদ্মনাথ গোহাঞিবৰুৱা সোৱৰণীত একাংক নাট প্ৰতিযোগিতা Padmanath Gohanibaru Sowaranid drama Competition](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9687975-269-9687975-1606493631066.jpg)
পদ্মনাথ গোহাঞিবৰুৱা সোৱৰণীত একাংক নাট প্ৰতিযোগিতা
ধেমাজিত পদ্মনাথ গোহাঞিবৰুৱা সোৱৰণীত একাংক নাট প্ৰতিযোগিতা
ইফালে, সন্ধিয়া ভাগত অনুষ্ঠিত কৰা হয় নাট প্ৰতিযোগিতা ৷ উল্লেখ্য যে, প্ৰতিযোগিতাত অসমৰ বহু সংখ্যক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে ৷
লগতে পঢ়ক: বিহালী বিজেপি বাঘমৰা মণ্ডলৰ বিশেষ সাংগঠনিক সভা সম্পন্ন