অসম

assam

ETV Bharat / state

জোনাইত সুৰাসহ এজনক আটক - Excise Department, Jonai

জোনাইত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাসহ এজনক আটক কৰে আবকাৰী বিভাগে ৷

জোনাইত সুৰাসহ এজনক আটক

By

Published : Aug 20, 2019, 9:34 PM IST

জোনাইত সুৰাসহ এজনক আটক

জোনাই, 20আগষ্টঃ

  • জোনাইত চলিছে অবৈধ অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহা
  • সোমবাৰে আবকাৰী বিভাগে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা
  • জোনাই আবকাৰী বিভাগে জোনাইৰ ডেকাপাম নেপালী বস্তিত দেৱান বসুমতাৰী নামৰ এজন লোকৰ ঘৰত অভিযান চলাই অবৈধভাৱে ৰখা 500 এম এলৰ 34 কেচ কেন বিয়েৰ আৰু 650 এম এলৰ 31 কেচ বিয়েৰক সামৰি সৰ্বমুঠ 65 কেচ বিয়েৰ জব্দ কৰিবলৈ সক্ষম হয় ৷
  • আনহাতে বিক্ৰীৰ বাবে অৰুণাচলী সুৰা অবৈধভাৱে মজুত ৰখা দেৱান বসুমতাৰীক আটক কৰিছে জোনাই আবকাৰী বিভাগে ৷

ABOUT THE AUTHOR

...view details