ধেমাজি, 25 অক্টোবৰ :ক'ভিড-19 ৰ যুদ্ধত সকলোৱে একেলগে অংগীকাৰবদ্ধ হোৱাৰ উদ্দেশ্যে ধেমাজিত NDRF আৰু ৰান ফৰ ইউনিটিৰ সহযোগত দেওবাৰে পুৱা 6 বজাৰ পৰা 7 বজালৈ ধেমাজি সদৰত একতাৰ দৌৰ সম্পন্ন হয় ৷ এই কাৰ্যসূচীত জিলাখনৰ স্বাস্থ্য বিভাগৰ কমী, স্বেচ্ছাসেৱক, NCC কমী, NDRFৰ কৰ্মীসহ মুঠ 50 গৰাকী লোকে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, কাৰ্যসূচী শুভাৰম্ভ কৰে NDRFৰ পৰিদৰ্শক জিডি ৰাকেশ কুমাৰে ৷
NDRF আৰু ৰান ফৰ ইউনিটিৰ সহযোগত ধেমাজিত একতাৰ দৌৰ সম্পন্ন - স্বেচ্ছাসেৱক
ধেমাজিত একতাৰ দৌৰ সম্পন্ন ৷ NDRF আৰু ৰান ফৰ ইউনিটিৰ সহযোগত সম্পন্ন একতাৰ দৌৰ ৷
![NDRF আৰু ৰান ফৰ ইউনিটিৰ সহযোগত ধেমাজিত একতাৰ দৌৰ সম্পন্ন NDRF Entrepreneur and Run for Unity completes Dhemaji Unity Round Complete](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9305016-167-9305016-1603609123095.jpg)
NDRF ৰ উদ্যোগত আৰু ৰান ফৰ ইউনিটিৰ সহযোগত ধেমাজিত একতাৰ দৌৰ সম্পন্ন
লগতে পঢ়ক :আমগুৰিত কুকুৰা পালনেৰে স্বাৱলম্বী এটা পৰিয়াল