ধেমাজি , 23 ডিচেম্বৰ :"সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাহে প্ৰকৃততে দেশদ্ৰোহী । অসম কোনোপধ্যেই অসমীয়াৰ হৈ থকাটো নিবিচাৰিছে এই মন্ত্ৰীদ্বয়ে ৷ "এই মন্তব্য অসম আন্দোলনৰ ছহিদ কমল বৰাৰ পিতৃ প্ৰবীণ মুক্তি যোদ্ধা টংক বৰাৰ । নাগৰিকত্ব সংশোধনী আইন বলবৎ হোৱাৰ ফলত সমগ্ৰ দেশত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত উপৰোক্ত মন্তব্য কৰে ছহিদগৰাকীৰ পিতৃয়ে ৷ এই ক্ষেত্ৰত অসমীয়াৰ তেজ আছে যদি অসম চুক্তিৰ ৫ নং দফাৰ আধাৰত বিদেশী চিনাক্ত কৰি অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰি দেখুৱাওক আৰু তাৰ পিচত ৬ নং দফা ৰূপায়ণ কৰক বুলিও মন্তব্য কৰে ছহিদগৰাকীৰ আত্মীয়ই ৷ এই সন্দৰ্ভত চাওঁক এক বিশেষ প্ৰতিবেদন...
5 গৰাকী ছহিদক হিমন্ত আৰু সোণোৱালে মাৰিছে !! - Martyrs family against CAA
এই ক্ষেত্ৰত অসমীয়াৰ তেজ আছে যদি অসম চুক্তিৰ ৫ নং দফাৰ আধাৰত বিদেশী চিনাক্ত কৰি অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰি দেখুৱাওক আৰু তাৰ পিচত ৬ নং দফা ৰূপায়ণ কৰক বুলিও মন্তব্য কৰে ছহিদগৰাকীৰ আত্মীয়ই ৷
ছহিদ পৰিয়ালৰ CAA বিৰোধীতা