জোনাই 14 মে’: ৰাজ্যত দ্বিতীয় পর্যায়ৰ ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে অসম চৰকাৰে বুধবাৰে জাৰি কৰিছিল নতুন এছঅ’পি ৷ চৰকাৰৰ এই নিৰ্দেশনা মানি বৃহস্পতিবাৰৰ পৰা জোনাই মহকুমাত দিনৰ ১ বজাৰ লগে লগে সকলো দোকান-পোহাৰৰ লগতে ব্যসায়ীক প্ৰতিষ্ঠান বন্ধ হয় ৷ জোনাইৰ ৰাইজেও মানি লৈছে চৰকাৰৰ এই নতুন ক’ভিড নীতি ৷ বৃহস্পতিবাৰৰ ৰাইজৰ সমাগম হোৱা স্থানবোৰতো চলা-ফুৰা বন্ধ হোৱাৰ লগতে জোনাইৰ বজাৰো জনশূন্য হৈ পৰা পৰিলক্ষিত হয় ৷
জোনাইত এছঅ’পি মানি ১ বজাৰ লগে লগে বন্ধ দোকান পোহাৰ
চৰকাৰৰ নতুন ক’ভিড নীতি পালন কৰি জোনাইত ১ বজাৰ লগে লগে বন্ধ কৰা হৈছে দোকান-পোহাৰৰ লগতে ব্যৱসায়ীক প্ৰতিষ্ঠান ৷ জনশূন্য হৈ পৰিছে জোনাইৰ ৰাজপথ অথবা, জনসমাগম হোৱা স্থান ৷
জোনাইত এছঅ’পি মানি ১ বজাৰ লগে লগে বন্ধ দোকান বজাৰ