অসম

assam

জোনাইত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

By

Published : Jun 21, 2020, 5:41 PM IST

মহমৰা গাঁৱৰ মুৰঙ ঘৰৰ প্রাংগনত সামাজিক দূৰত্ব বৰ্তাই ৰাখি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰে অঞ্চলবাসীয়ে দেওবাৰে ৷

jonai international yoga day celebration
জোনাইত আন্তৰ্জাতিক যোগ দিৱস উদযাপন

জোনাই,21জুনঃ সমগ্র বিশ্বৰ লগতে জোনাই মহকুমাৰ অন্তৰ্গত মহমৰা গাঁৱৰ মুৰঙ ঘৰৰ প্রাংগনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় ৷ স্বাস্থ্য বিভাগ, যোগ কেন্দ্ৰ আৰু পতঞ্জলি যোগ সমিতিৰ যুটীয়া উদ্যোগত এইদৰে পালন কৰা হয় ষষ্ঠ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷

জোনাইত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

এই দিৱসত যোগ কেন্দ্ৰৰ শিক্ষক ৰীতামনি, মহকুমা স্বাস্থ্য বিষয়া ডাঃকিশোৰ কামান আৰু পতঞ্জলিৰ নাৰায়ণ পাৱই উপস্থিত থাকে উক্ত অনুষ্ঠানত ৷ উল্লেখ্যযোগ্য যে "ঘৰতে থাকি পৰিয়ালৰ সৈতে যোগ সাধনা কৰক" এইবাৰ এই শ্লগানেৰে উদযাপন কৰা হৈছে যোগ দিৱস ৷ ইপিনে যোগ দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা সকলো ব্যক্তিয়ে চেনিটাইজ কৰা লগতে সামাজিক দূৰত্ব বজাই ৰাখি অনুষ্ঠানত উপস্থিত থাকে ৷

লগতে পঢকঃ ধুবুৰীৰ গদাধৰ নদীত সলীল সমাধি এজন 70 বছৰীয়া বৃদ্ধৰ

ABOUT THE AUTHOR

...view details