১৭ এপ্ৰিল জোনাই: কৰ'ণা ভাইৰাছৰ বাবে দেশজুৰি চলি থকা লক ডাউনৰ ফলত তীব্ৰ খাদ্য সামগ্ৰীৰ সংকটত ভোগা দৰিদ্ৰ পৰিয়ালৰ মাজত ধেমাজি জিলাৰ বিভিন্ন জনে জোনাই মহকুমাটোত সাহাৰ্য সামগ্ৰী প্ৰদান কৰি থকাৰ উপৰিও আৰ্থিক ভাৱেও সহায়ৰ হাত আগবঢ়াইছে ।
জোনাইত আৰ্তজনক খাদ্য সামগ্ৰী বিতৰণ: সমাজকৰ্মী হিতেশ দেউৰীৰ - তীব্ৰ খাদ্য সামগ্ৰীৰ সংকটত ভোগা
দেউৰী স্বায়ত্তশাসিত পৰিষদৰ তথা জোনাই সমষ্টিৰ প্ৰাক্তন সদস্য তথা সমাজকৰ্মী হিতেশ দেউৰীৰ জোনাইত খাদ্য সেই সামগ্ৰী বিতৰণ ৷
![জোনাইত আৰ্তজনক খাদ্য সামগ্ৰী বিতৰণ: সমাজকৰ্মী হিতেশ দেউৰীৰ jonai-hitash-deuri-food-distibutaion-300-famaliy](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6832539-532-6832539-1587130221019.jpg)
জোনাইত আৰ্তজনক খাদ্য সামগ্ৰী বিতৰণ : সমাজকৰ্মী হিতেশ দেউৰীৰ
জোনাইত আৰ্তজনক খাদ্য সামগ্ৰী বিতৰণ : সমাজকৰ্মী হিতেশ দেউৰীৰ
বৃহস্পতিবাৰে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ তথা জোনাই সমষ্টিৰ প্ৰাক্তন সদস্য তথা সমাজ কৰ্মী হিতেশ দেউৰীয়ে জোনাইত বিতৰণ কৰে আৰ্তজনক খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ প্ৰায় ৩০০ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷
লগতে পঢক : ধুবুৰীত প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ পাঁচশ টকাৰ বাবে হাৰাশাস্তিৰ অভিযোগ