অসম

assam

ETV Bharat / state

জোনাইত ভয়াবহ অগ্নিকাণ্ডত জাহ গ'ল বহু ব্যৱসায়ীক প্ৰতিষ্ঠান - বহু টকাৰ সামগ্ৰী ক্ষতিগ্ৰস্ত হয়

ধেমাজি জিলাৰ জোনাইৰ ৰাংকপ তিনিআলিত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত জাহ যায় বহু কেইখন ব্যৱসায়ীক প্ৰতিষ্ঠান ৷

জোনাইত ভয়াবহ অগ্নিকাণ্ডত জাহ গ'ল বহু ব্যৱসায়ীক প্ৰতিষ্ঠান

By

Published : Oct 30, 2019, 2:39 AM IST

জোনাই, ২৯ অক্টোবৰ: ধেমাজি জিলাৰ জোনাইৰ ৰাংকপ তিনিআলিত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডৰ ফলত নিমিষতে ভস্মীভূত হয় বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠান ৷

জোনাইত ভয়াবহ অগ্নিকাণ্ড

প্ৰাপ্ত তথ্য অনুসৰি,এখন হোটেলৰ পৰা সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও বহু টকাৰ সামগ্ৰী ক্ষতিগ্ৰস্ত হয় ৷ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতেই স্থানীয় লোকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে আৰু ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ অগ্নি নিৰ্বাপণ কৰে ।

ABOUT THE AUTHOR

...view details