অসম

assam

By

Published : Aug 29, 2020, 9:37 PM IST

ETV Bharat / state

কৰ'ণাত আক্ৰান্ত হৈ অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াৰ মৃত্যু

বিষয়াজনৰ স্বাস্থ্যৰ অৱস্থাৰ অধিক অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে যদিও শেষ নিশ্বাস ত্যাগ কৰে বিষয়াগৰাকীয়ে ৷

JONAI COVID DEATH
অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াৰ মৃত্যু

জোনাই ২৯ আগষ্টঃধেমাজি জিলাৰ চিলাপথাৰ অগ্নি নিৰ্বাপক বাহিনীৰ আস্থান বিষয়া, উপ পৰিদৰ্শক যুগল পায়েং(৫৯) ৰ COVID 19 ত আক্ৰান্ত হৈ মৃত্যু হয় ৷ আস্থান বিষয়া পায়েঙৰ ঘৰ ধেমাজিৰ ৰতনপুৰত ৷ শুকুৰবাৰে বিষয়াজনৰ স্বাস্থ্যৰ অৱস্থাৰ অধিক অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে যদিও শেষ নিশ্বাস ত্যাগ কৰে বিষয়াগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details