জোনাই, 23 ডিচেম্বৰ:জোনাই 3নং মুৰ্কংচেলেকৰ গৌজনপুৰ বাথৌ মন্দিৰ প্ৰাংগনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত লখিমপুৰ জিলা বাথৌ মহাসভাৰ দশম ত্ৰিবাৰ্ষিক অধিবেশনৰ আজি সফল সামৰণি পৰে ৷ সামৰণি অনুষ্ঠানত উলিওৱা শোভাযাত্ৰা সহস্ৰাধিক বাথৌ ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে ৷
অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভাৰ দশম ত্ৰিবাৰ্ষিক অধিবেশনৰ সফল সামৰণি - অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভাৰ দশম ত্ৰিবাৰ্ষিক অধিবেশন
লখিমপুৰ জিলা বাথৌ মহাসভাৰ দশম ত্ৰিবাৰ্ষিক অধিবেশনৰ আজি সফল সামৰণি পৰে ৷ মুখ্য অতিথি হিচপে উপস্থিত থাকে ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰী |

বাথৌ মহাসভাৰ দশম ত্ৰিবাৰ্ষিক অধিবেশন
অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভাৰ দশম ত্ৰিবাৰ্ষিক অধিবেশনৰ সামৰণি অনুষ্ঠান
সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচপে উপস্থিত থাকে ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷ এই অনুষ্ঠানত অবিভক্ত লক্ষীমপুৰ জিলা বাথৌ মহাসভাৰ কাৰ্যকৰী সমিতিৰ লগতে মহিলা সমিতি আৰু যুৱ সমিতি গঠন কৰা হয় ৷
লগতে পঢ়ক: তেজপুৰ বিশ্ববিদ্যালয়ৰ সপ্তদশ সমাৱর্তন সমাৰোহ