খৰস্ৰোতা নৈৰ ওপৰেদি ছাত্ৰ ছাত্ৰীৰ বিপদসংকুল যাত্ৰা - কেমি,ঐৰামঘাট,জাপানী
প্ৰতি মূহুৰ্ততে ভয়ানক বিপদৰ আশংকা, তথাপিও মৰণত শৰণ দি যাতায়াত অব্যাহত ৰাখিছে অসম অৰুণাচল সীমান্তৰ একাংশ লোকে ৷ ভয়ানক যাত্ৰা খৰস্ৰোতা নৈৰ ওপৰেদি ছাত্ৰ ছাত্ৰীৰ ৷

খৰস্ৰোতা নৈৰ ওপৰেদি বিপদসংকুল যাত্ৰা
জোনাই, 4 ছেপ্তেম্বৰঃ জোনাইৰ অসম অৰুণাচল সীমান্তৰ কেমি,ঐৰামঘাট,জাপানী আদি কৰি প্ৰায় চাৰি পাঁচখন গাঁৱৰ ছাত্ৰ ছাত্ৰীৰ বিপদসংকুল যাত্ৰা...চাওক অসম অৰুণাচল সীমান্তৰ পৰা আমাৰ এক প্ৰতিবেদন....
খৰস্ৰোতা নৈৰ ওপৰেদি বিপদসংকুল যাত্ৰা