অসম

assam

ETV Bharat / state

সমাগত 73 সংখ্যক স্বাধীনতা দিৱস - Day

সমাগত 73 সংখ্যক স্বাধীনতা দিৱস ৷ সস্তম হৈছে  আৰক্ষী প্ৰশাসন ৷ দিনে ৰাতিয়ে পহৰাত ব্যস্ত আৰক্ষী ৷ ধেমাজি কাছাৰী মৈদানত ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে আৰক্ষীৰ প্ৰশাসনৰ লোকৰ সৈতে ছাত্ৰ-ছাত্ৰীয়ে ৷

সমাগত 73 সংখ্যক স্বাধীনতা দিৱস

By

Published : Aug 13, 2019, 12:27 PM IST




ধেমাজি , ১৩ আগষ্ট : সমগ্র দেশৰ লগতে ধেমাজিতো জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি কাছাৰী মৈদানত ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে । প্ৰচণ্ড গৰমকো নেওচি বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীসকল ওলাই আহিছে অনুশীলনলৈ ৷

সমাগত 73 সংখ্যক স্বাধীনতা দিৱস
সমাগত 73 সংখ্যক স্বাধীনতা দিৱস ৷ সস্তম হৈছে আৰক্ষী প্ৰশাসন ৷ দিনে ৰাতিয়ে পহৰাত ব্যস্ত আৰক্ষী ৷ সৰু-বৰ যান বাহণ সকলোতে তীক্ষ্ণ নজৰ আৰক্ষীৰ ৷ জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি কাছাৰী মৈদানত ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে । প্ৰচণ্ড গৰমকো নেওচি বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীসকল ওলাই আহিছে কুচ-কাৱাজৰ বাবে । আৰক্ষী , গৃহৰক্ষী ,, সামৰিক বাহিনীৰ এটা বেন পাৰ্টি সহ মুঠ ২৯ দলে অংশ কৰিব কুচ কাৱাজত ।পূবৰ তুলনা এইবাৰ ছাত্র ছাত্ৰীৰ অংশগ্ৰহণ উৎসাহজনক । মুঠ ৪৮০ গৰাকী ছাত্র- ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু আৰক্ষীৰ সহযোগিতা , কটকটীয়া নিৰাপত্তা মাজত ধেমাজিবাসীৰ সহযোগিতাত সুন্দৰকৈ স্বাধীনতা দিৱস উদযাপন কৰিব পাৰিব বুলি মন্তব্য কৰিছে কুচ কাৱাজ দলৰ পৰিচালনা কৰা শিক্ষকদ্বয়ে ৷

ABOUT THE AUTHOR

...view details