অসম

assam

ETV Bharat / state

ধেমাজিত আবকাৰী বিভাগে নষ্ট কৰিলে শ শ লিটাৰ অবৈধ সুৰা - illegal liquor destroyed in Dhemaji latest news

দেওবাৰে আবকাৰী বিভাগে চিচিবৰগাঁও আৰক্ষী চকীৰ অধীনৰ গড়মৰা , পুৰণি চুক , নপমুৱাচুক , বাগিচুক আৰু চাপৰিচুকত অভিযান চলাই 300 লিটাৰ অবৈধ সুৰা আৰু প্ৰস্তুতকাৰী সামগ্ৰী নষ্ট কৰে ৷

Dhemaji
ধেমাজি

By

Published : Sep 27, 2020, 7:54 PM IST

ধেমাজি, 27 ছেপ্টেম্বৰঃৰাজ্যৰ বিভিন্ন প্ৰান্তত অৰুণাচলী আৰু অবৈধ সুৰাই ছানি ধৰাৰ সময়তে আবকাৰী বিভাগে বিভিন্ন প্ৰান্তত অব্যাহত ৰাখিছে অভিযান ৷ দেওবাৰে আবকাৰী বিভাগে চিচিবৰগাঁও আৰক্ষী চকীৰ অধীনৰ গড়মৰা , পুৰণি চুক , নপমুৱাচুক , বাগিচুক আৰু চাপৰিচুকত অভিযান চলাই 300 লিটাৰ অবৈধ সুৰা আৰু প্ৰস্তুতকাৰী সামগ্ৰী নষ্ট কৰে ৷ ধেমাজি আবকাৰী অধীক্ষক শুক্ৰ চন্দ্ৰ গোস্বামীৰ নেতৃত্বত চলে এই অভিযান ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details