অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন আঁচনিৰ অধীনত ধেমাজিত কৃষি সঁজুলি বিতৰণ - ট্ৰেক্টৰ আৰু আনুসংগিক সঁজুলি

লক্ ডাউনৰ মাজতে ধেমাজিৰ কৃষকৰ মাজত সামগ্ৰী বিতৰণ ৷ বিধায়কৰ উপস্থিতিত এই সামগ্ৰী সমূহ বিতৰণ কৰা হয় ৷

fifteen Of Tractors To Be Provided By Government scame In Dhemaji
মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন আঁচনিৰ অধীনত ধেমাজিত কৃষি সঁজুলি বিতৰণ

By

Published : May 14, 2020, 11:29 AM IST

ধেমাজি, 14 মে' : লক্ ডাউনৰ মাজতে বুধবাৰে ধেমাজিত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন আঁচনিৰ অধীনত ধেমাজি জিলা কৃষি বিভাগে নিৰ্বাচিত হিতাধিকাৰীক ট্ৰেক্টৰ আৰু আনুসাংগিক সঁজুলি বিতৰণ কৰে ৷

মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন আঁচনিৰ অধীনত ধেমাজিত কৃষি সঁজুলি বিতৰণ

ধেমাজি কৃষি কাৰ্যালয়ৰ চৌহদত আনুষ্ঠানিকভাবে জিলাখনৰ 15 টা নিৰ্বাচন গোটক এই ট্ৰেক্টৰ প্ৰদান কৰা হয় ৷

বিধায়ক ৰণোজ পেগুৰ উপস্থিতিত এই সামগ্ৰী সমূহ বিতৰণ কৰা হয় ৷

লগতে পঢ়ক : ওজাপালিৰে কৰ'ণা সজাগতাৰ প্ৰয়াস

ABOUT THE AUTHOR

...view details