জোনাই, 11 নৱেম্বৰ : জোনাই মহকুমা কৃষি বিভাগৰ অধীনস্থ টেলাম আৰু জোনাই কৃষি উন্নয়ন চক্ৰত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় কৃষকৰ মাজত এক সজাগতা সভা আৰু কৃষক প্ৰশিক্ষণ ৷ টেলাম আৰু জোনাইৰ কৃষি উন্নয়ন বিষয়া ক্ৰমে দিব্যজ্যোতি বৰা আৰু পংকজ পুৰাণৰ উপস্থিতিত অনুষ্ঠিত এই কৃষক প্ৰশিক্ষণত বানবিধ্বস্ত কৃষক ৰাইজক বড়ো ধানৰ কঠিয়া বিতৰণ কৰাৰ উপৰিও বড়ো ধানৰ কৃষি প্ৰণালীৰ ওপৰত প্ৰশিক্ষণ দিয়া হয় ।
জোনাইত কৃষক ৰাইজৰ মাজত কৃষি প্ৰশিক্ষণ সম্পন্ন - কৃষি প্ৰশিক্ষণ
বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে জোনাই মহকুমা কৃষি বিভাগৰ অধীনস্থ টেলাম আৰু জোনাই কৃষি উন্নয়ন চক্ৰত অনুষ্ঠিত হয় কৃষকৰ মাজত এক সজাগতা সভা আৰু কৃষক প্ৰশিক্ষণ ৷ এই কৃষক প্ৰশিক্ষণত বানবিধ্বস্ত কৃষক ৰাইজক বড়ো ধানৰ কঠিয়া বিতৰণ কৰাৰ উপৰিও বড়ো ধানৰ কৃষি প্ৰণালীৰ ওপৰত প্ৰশিক্ষণ দিয়া হয় ।

জোনাইত কৃষক ৰাইজৰ মাজত কৃষি প্ৰশিক্ষণ সম্পন্ন
বানবিধ্বস্ত কৃষক ৰাইজক প্ৰশিক্ষণ আগবঢ়োৱা আৰু তেওঁলোকৰ কাষত থিয় হোৱাৰ বাবে নৱ-নিযুক্ত কৃষি উন্নয়ন বিষয়াদ্বয়ক ৰাইজে ভূয়সী প্ৰশংসা কৰে ।
লগতে পঢ়ক :BTCত বিজেপিয়ে এখনো আসনত জয়লাভ কৰিব নোৱাৰেঃনৱ শৰণীয়া