ধেমাজি, 16 মে': ক’ভিড-19 দ্ৰুত সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে শেহতীয়াকৈ জাৰি কৰিছে নতুন ক’ভিড নিৰ্দেশনা ৷ সেই অনুসৰি দেওবাৰে ধেমাজিতো পুৱা ১১ বজাতেই বন্ধ হৈ পৰিছে সকলো ব্যৱসায় প্ৰতিষ্ঠান দোকান পোহাৰ ৷
চৰকাৰৰ নতুন নিৰ্দেশনা অনুসৰি বন্ধ হ’ল ধেমাজিৰ সকলো দোকান-পোহাৰ - চৰকাৰৰ নতুন SOP ৰ প্ৰভাৱ
ধেমাজিত চৰকাৰৰ নতুন SOP ৰ প্ৰভাৱ ৷ দেওবাৰৰ পৰা ১১ বজাতেই বন্ধ হৈ পৰিল ধেমাজি নগৰৰ সকলো দোকান পোহাৰ ৷
![চৰকাৰৰ নতুন নিৰ্দেশনা অনুসৰি বন্ধ হ’ল ধেমাজিৰ সকলো দোকান-পোহাৰ due-to-new-covid-sop-all-shop-of-dhemaji-closel-shop-of-dhemaji-close](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11781482-thumbnail-3x2-img-2.jpg)
চৰকাৰৰ নতুন নিৰ্দেশনা অনুসৰি বন্ধ হ’ল ধেমাজিৰ সকলো দোকান-পোহাৰ
ধেমাজি চাৰিআলি, ধেমাজি তিনিআলিৰ সদা ব্যস্ত অঞ্চল ৰ ব্যৱসায়ী সকলে যোগাত্মক সহাৰি দিয়া দেখা যায় ৷ ইপিনে প্ৰতিকূল বতৰৰৰ প্ৰভাৱ আৰু দেওবাৰৰ স্বাভাৱিক বন্ধ প্ৰভাৱ পৰা পৰিলক্ষিত হয় ধেমাজি নগৰত ৷
লগতে পঢ়ক :ফলাফল ঘোষণাৰ এপষেকৰ পিছতো চূড়ান্ত হোৱা নাই বিৰোধী দলপতিৰ নাম