অসম

assam

By

Published : Nov 7, 2022, 6:45 AM IST

ETV Bharat / state

Anti Drugs Mission at Jonai : জোনাইত ড্ৰাগছসহ মহিলাক আটক

জোনাইত মহিলা ড্ৰাগছ সৰবৰাহকাৰী আটক ৷ আটকাধীন মহিলাগৰাকী জোনাইৰ ১ নং তৰাজান গাঁৱৰ জোনালী দলে(Drugs peddler arrested at Jonai) ৷

Anti Drugs Mission at Jonai
জোনাইত ড্ৰাগছসহ মহিলাক আটক

  • জোনাইত আটক ড্ৰাগছ সৰবৰাহৰ লগত জড়িত মহিলা(Drugs peddler arrested at Jonai)
  • আটকাধীন মহিলাগৰাকী জোনাইৰ ১ নং তৰাজান গাঁৱৰ জোনালী দলে
  • TMPK(Takam Mising Porin Kebang)কৰ্মীৰ সহযোগত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ নিজা বাসগৃহৰ পৰা আটক কৰে মহিলাগৰাকীক
  • আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীগৰাকীৰ পৰা পৰা বুজন পৰিমাণৰ ড্ৰাগছসহ চাৰিটা চিৰিঞ্জ জব্দ কৰে আৰক্ষীয়ে

ABOUT THE AUTHOR

...view details