অসম

assam

By

Published : Mar 6, 2019, 1:19 PM IST

ETV Bharat / state

চিলাপথাৰ কাণ্ডৰ দুবছৰঃ ধেমাজিত আছুৰ সংকল্প দিৱস

সংকল্প দিৱসত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ

etv bharat

ধেমাজি, ৬ মাৰ্চ : বুধবাৰে ধেমাজিত সদৌ অসমছাত্ৰ সন্থাৰ সংকল্প দিৱস । চিলাপথাৰত আয়োজন কৰা হৈছে সংকল্প দিৱসৰ কাৰ্যসূচী । এই অনুষ্ঠানত উপস্থিত থাকেসদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংককুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ ৷

dhemaji

২০১৭ বৰ্ষৰ ৬ মাৰ্চত অৰ্থাৎ আজিৰ দিনটোতেই একাংশ দুষ্কৃতিকাৰীয়েভাঙি পেলাইছিল চিলাপথাৰস্থিত আছুৰ কাৰ্যালয় । এই ঘটনাই আলোড়নৰ সৃষ্টি কৰিছিল সমগ্ৰ ৰাজ্যতেই । তীব্ৰ প্ৰতিবাদৰ অন্তত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল ঘটনাৰ মূল অভিযুক্ত তথা নিব্বাচ নামৰ সংগঠনটোৰ নেতা সুবোধ বিশ্বাস। এই দিনটোৰ স্মৃতি হিচাপেই প্ৰতিবছৰেই চিলাপথাৰত সংকল্প দিৱস উদযাপন কৰে ধেমাজি ছাত্ৰ সন্থাই।

ABOUT THE AUTHOR

...view details