অসম

assam

ETV Bharat / state

ধেমাজিত স্বাধীনতা দিৱস বৰ্জন সাংবাদিকৰ - Assam

জিলা প্ৰশাসনৰ বৈষম্যমূলক আৰু অসৌজন্যতামূলক আচৰণৰ বিৰুদ্ধে এই সিদ্ধান্ত সাংবাদিকৰ

ধেমাজিত স্বাধীনতা দিৱস বৰ্জন সাংবাদিকৰ

By

Published : Aug 15, 2019, 6:42 PM IST

  • ধেমাজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচী বৰ্জন সাংবাদিকৰ
  • জিলা প্ৰশাসনৰ বৈষম্যমূলক আৰু অসৌজন্যতামূলক আচৰণৰ বিৰুদ্ধে এই সিদ্ধান্ত সাংবাদিকৰ
  • মন্ত্ৰীৰ প্ৰৱেশৰ লগে লগেই স্বাধীনতা দিৱসৰ কাৰ্যসূচী বৰ্জন সাংবাদিকৰ
  • সাংবাদিকৰ আসনৰ শ্ৰেণী বিভাজন জিলা প্ৰশাসনৰ
  • A গ্ৰেড, B গ্ৰেড নামাকৰণেৰে বিভাজন ৰাজনৈতিক নেতা, সাংবাদিকৰ আসন
  • উপায়ুক্তক অৱগত কৰাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ
    ধেমাজিত স্বাধীনতা দিৱস বৰ্জন সাংবাদিকৰ
  • অৱশেষত মন্ত্ৰী আৰু জিলা উপায়ুক্তৰ প্ৰৱেশৰ লগে লগে ধেমাজি প্ৰেছ ক্লাৱ ত্যাগ কৰে প্ৰায় 20 গৰাকী সাংবাদিকে
  • ইয়াৰ পিছতে ধেমাজি প্ৰেছ ক্লাৱত গুৰুত্বপূৰ্ণ সভা প্ৰেছ ক্লাৱৰ সভাপতি প্ৰেমানন্দ তালুকদাৰৰ
  • উপায়ুক্ত তথা উপায়ুক্ত কাৰ্যালয়ে অংশ লোৱা মন্ত্ৰী, বিধায়ক সকলোৰে কাৰ্যসূচী বাতিলৰ সিদ্ধান্ত প্ৰেছ ক্লাৱৰ

ABOUT THE AUTHOR

...view details