ধেমাজি, 27 ছেপ্তেম্বৰঃ আহিনীয়া বানৰ কবলত পৰিছে ধেমাজি বিধান সভা সমষ্টিৰ লক্ষীপথাৰ পঞ্চায়তৰ অন্তৰ্গত বৰুৱা লালুং, ১ আৰু ২ নং বৰুৱা গাঁৱৰ বিস্তীৰ্ণ অঞ্চল ৷ পাহাৰীয়া ৰাই নদীয়ে প্ৰতিবছৰে অঞ্চলটোত সৃষ্টি কৰে ত্ৰাসৰ ৷ বানত একাকাৰ হৈ পৰিছে অঞ্চলটোৰ বাট-পথ ৷ ইতিমধ্যে বোকাত পোত গৈছে বহুকেইটা পৰিয়ালৰ ঘৰৰ ভেটি ৷ এক অবৰ্ণনীয় পৰিৱেশৰ মাজত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে বানাক্ৰান্তই ৷ কিন্তু ৰাইজৰ এই দুৰ্দশাৰ প্ৰতি কোনো গুৰুত্ব নাই জন প্ৰতিনিধিৰ ৷
আহিনীয়া বানত বানাক্ৰান্তৰ দুৰ্বিষহ জীৱন - ধেমাজিত বানপানী
আহিনীয়া বানৰ কবলত পৰিছে ধেমাজি বিধান সভা সমষ্টিৰ লক্ষীপথাৰ পঞ্চায়তৰ অন্তৰ্গত বৰুৱা লালুং, ১ আৰু ২ নং বৰুৱা গাঁৱৰ বিস্তীৰ্ণ অঞ্চল ৷
![আহিনীয়া বানত বানাক্ৰান্তৰ দুৰ্বিষহ জীৱন Dhemaji Flood](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8955053-thumbnail-3x2-d.jpg)
আহিনীয়া বানত দুৰ্বিষহ জীৱন কটাইছে বানাক্ৰান্তই