অসম

assam

ETV Bharat / state

ধেমাজি জিলা চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি!!

ধেমাজি জিলা চক্ৰ বিষয়াৰ কাৰ্যালয়ত দীৰ্ঘদিন ধৰি চলি অহা দুৰ্নীতি আৰু মণ্ডলসমূহৰ অতপালি আৰু কাননগো ৰমেন গোহাঁই নামৰ লাট মণ্ডল জনক গ্ৰেপ্তাৰৰ দাবীত শুকুৰবাৰে সন্ধ্যা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে

By

Published : Aug 10, 2019, 9:02 AM IST

ধেমাজি জিলা চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি

ধেমাজি, 10 আগষ্টঃ ধেমাজি জিলা চক্ৰ বিষয়াৰ কাৰ্যালয়ত দীৰ্ঘদিন ধৰি চলি অহা দুৰ্নীতি আৰু মণ্ডল আৰু কাননগো ৰমেন গোহাঁই নামৰ লোকজনক গ্ৰেপ্তাৰৰ দাবীত শুকুৰবাৰে আবেলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ঘোচ খোৰ লাট মণ্ডল হুচিয়াৰ , লাট মণ্ডলৰ মইমতালি নচলিব আদি শ্লগানেৰে ধেমাজি চক্ৰ বিষয়া কাৰ্যালয়ৰ চৌহদ উত্তাল কৰি তোলাৰ লগতে সংগঠনটোৱে শীঘ্ৰে দুৰ্নীতিৰ লগত জড়িত দোষী ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই ৷

ধেমাজি জিলা চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি

ABOUT THE AUTHOR

...view details