অসম

assam

ETV Bharat / state

কেব বিৰোধী প্ৰতিবাদ অব্যাহত ধেমাজিত

144 ধাৰা জাৰি কৰাৰ পিচতো ধেমাজিত ৰাজপথলৈ ওলাই আহিছে ৰাইজ ৷ অব্যাহত কেব বিৰোধী প্ৰতিবাদ ৷

By

Published : Dec 13, 2019, 3:51 PM IST

ধেমাজিত অব্যাহত কেব বিৰোধী প্ৰতিবাদ
ধেমাজিত অব্যাহত কেব বিৰোধী প্ৰতিবাদ

ধেমাজি, 13 ডিচেম্বৰ: ধেমাজিত অব্যাহত কেব বিৰোধী প্ৰতিবাদ ৷ 144 ধাৰা জাৰি কৰাৰ পিচতো ৰাইজ ওলাই আহিছে ৰাজপথলৈ ৷ হাজাৰ হাজাৰ লোকে ৰাজপথত সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰ কটকটীয়া নিৰাপত্তাৰ মাজতো ধেমাজিত ঠায়ে ঠায়ে অব্যাহত আছে প্ৰতিবাদ ৷ জিলাখনৰ সকলো স্থানতে বন্ধ আছে দোকান পোহাৰ, স্তব্ধ জনজীৱন ৷

144 ধাৰা জাৰি কৰাৰ পিচতো ৰাজপথলৈ ওলাই আহিছে ৰাইজ

ABOUT THE AUTHOR

...view details