অসম

assam

ETV Bharat / state

অতীত হ'ল ব্ৰহ্মপুত্ৰৰ কাৰেং বালি চাপৰি ঘাট - নষ্টালজিক

জনসমুদ্ৰত পৰিণত হৈছে ব্ৰহ্মপুত্ৰৰ কাৰেং বালি চাপৰি ঘাট, ঘাটটোত ফটো তোলাত ব্যস্ত হৈ পৰিছে ঘাট পৰিদৰ্শন কৰিবলৈ অহা লোকসকল, কিন্তু কিয় ??

জনসমুদ্ৰত পৰিণত ব্ৰহ্মপুত্ৰৰ কাৰেং বালি চাপৰি ঘাট

By

Published : Jun 14, 2019, 7:15 PM IST

Updated : Jun 14, 2019, 7:33 PM IST

ধেমাজি,১৪জুন: জনসমুদ্ৰত পৰিণত হৈছে ব্ৰহ্মপুত্ৰৰ কাৰেং বালি চাপৰি ঘাট । কোনোৱে যদি ঘাটটোত ফটো উঠি আমেজ লৈছে,কোনোৱে আকৌ ফেৰীত উঠি স্মৃতি ৰোমণ্ঠন কৰিছে ।

জনসমুদ্ৰত পৰিণত ব্ৰহ্মপুত্ৰৰ কাৰেং বালি চাপৰি ঘাট

উল্লেখ্য যে,বগীবিল দলঙৰে যাতায়ত ব্যৱস্থা আৰম্ভ হোৱাৰ পাছতেই বন্ধ হৈ পৰে ব্ৰহ্মপুত্ৰৰ কাৰেং বালি চাপৰি ঘাটৰ ফেৰী সেৱা। এই ফেৰী সেৱা বন্ধ হৈ পৰাৰ ফলত উদং হৈ পৰে মহাবাহুৰ বুকু। ঘাটটোত নাই কোনো ফেৰীৰ শব্দ। মাত্ৰ দুই-এখন ফেৰী থকা এই ঘাটটোত অতীত ৰোমণ্ঠন কৰিবলৈ এতিয়া ভীৰ কৰিছেহি বহু লোকে । নষ্টালজিক হৈ পৰা ঘাটৰ স্মৃতি বিচাৰি বহুজনে আকৌ বগীবিল দলঙৰ তলত সমবেত হৈ চেলফিও উঠিছে।

Last Updated : Jun 14, 2019, 7:33 PM IST

ABOUT THE AUTHOR

...view details