অসম

assam

ETV Bharat / state

ধেমাজিত গায়ন বায়নসহ ঢোল-তাল বজাই CAA বিৰোধী প্ৰতিবাদী সমদল

গায়ন বায়নকে আদি কৰি সহস্ৰ জনতাৰ অংশগ্ৰহণ পৰিলক্ষিত হয় এই বৃহৎ প্ৰতিবাদী সভা আৰু সমদলত ৷  সমদলত CAAৰ বিৰোধীতাৰে কোলাত কেঁচুৱা আৰু কাষত কণ কণ শিশু লৈয়ো ওলাই আহে একাংশ মহিলা ৷

ঢোল-তাল বজাই CAA বিৰোধী প্ৰতিবাদী সমদল
ঢোল-তাল বজাই CAA বিৰোধী প্ৰতিবাদী সমদল

By

Published : Dec 31, 2019, 2:29 AM IST

ধেমাজি, 30 ডিচেম্বৰ:বৰ্তমানেও বিভিন্ন ঠাইত অবিৰতভাৱে চলি আছে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদ ৷ ৰাজ্যবাসীৰ মাজত স্তিমিত কৰিব পৰা নাই এই প্ৰতিবাদৰ ধাৰা ৷ সোমবাৰে পশ্চিম ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত30 জনগোষ্ঠীয় সংগঠনৰ আহ্বানত, পশ্চিম ধেমাজি অঞ্চলত এখন প্ৰতিবাদী সজাগতা সভাৰ লগতে উলিওৱা হয় এক প্ৰতিবাদী সমদল ৷

ঢোল-তাল বজাই CAA বিৰোধী প্ৰতিবাদী সমদল

গায়ন বায়নকে আদি কৰি সহস্ৰ জনতাৰ অংশগ্ৰহণ পৰিলক্ষিত হয় এই বৃহৎ প্ৰতিবাদী সভা আৰু সমদলত ৷ সমদলত CAAৰ বিৰোধীতাৰে কোলাত কেঁচুৱা আৰু কাষত কণ কণ শিশু লৈয়ো ওলাই আহে একাংশ মহিলা ৷

কোলাত কেঁচুৱা আৰু কাষত কণ কণ শিশু লৈয়ো ওলাই আহে একাংশ মহিলা

লগতে পঢ়ক:তিনিচুকীয়াৰ পৰা দিছপুৰলৈ পদযাত্ৰা প্ৰতিবাদকাৰীৰ

ABOUT THE AUTHOR

...view details