ধেমাজিত বননিৰ মাজত চৰকাৰী পাৱাৰ টিলাৰ - ধেমাজিত বননিৰ মাজত চৰকাৰী পাৱাৰ টিলাৰ
কৃষকলৈ অনা পাৱাৰ টিলাৰ পৰিত্যক্ত অৱস্থাত,ৰ'দে বৰষুণে এশৰো অধিক পাৱাৰ টিলাৰ কোনে ৰাখিলে ?
ধেমাজিত বননিৰ মাজত চৰকাৰী পাৱাৰ টিলাৰ
এখন নহয় দুখন নহয় শতাধিক পাৱাৰ টিলাৰ বননিৰ মাজত ৰদে বৰষুণে ৰাখি থোৱা হৈছে ধেমাজীৰ এটা স্থানত ৷ কৃষকৰ মাজত বিতৰণ কৰিবলৈ অনা এই পাৱাৰ টিলাৰ সমূহ ধেমাজি ট্ৰাক আস্থানৰ পিছফালে পৰিত্যক্ত স্থানত উন্মুক্ত কৈ ৰখা হৈছে৷ কিন্তু কোনে কি কাৰণত আনি এনেদৰে ৰাখি থৈছে পাৱাৰ টিলাৰ সমূহ ? চাওক এই প্ৰতিবেদন...