অসম

assam

ETV Bharat / state

সোণগুটিৰে সোণোৱালী ঢকুৱাখনাৰ পথাৰ - মিচিং সম্প্ৰদায়

আহাৰ মাহৰ উৎকট গৰমতো পথাৰত এজাক ডাৱনীৰ আঘোণৰ ব্যস্ততা ৷ ঢকুৱাখনাৰ পথাৰত সোণগুটি বুটলাত লাগিছে মিচিং সম্প্ৰদায়ৰ লোকসকল ৷ সোণগুটিয়ে সোণোৱালী কৰি তুলিছে ঢকুৱাখনা নৈ পৰীয়া পথাৰ ।

সোণগুটিৰে সোণোৱালী ঢকুৱাখনাৰ পথাৰ

By

Published : Jun 25, 2019, 12:09 PM IST

ঢকুৱাখনা,25জুনঃ আহু ধানৰ চাউলৰ বিশেষ গুণাগুণ আছে যদিও এই খেতি কৰা আৰু চপোৱাত একপ্ৰকাৰৰ আহুকালৰ সৃষ্টি হয় বুলিয়েই আহু খেতি কৰিবলৈ এৰি দিছে কৃষকসকলে । কিন্তু তেনেসময়তে মিচিং সমাজত হ্ৰাস পোৱা নাই আহু খেতি কৰাৰ পৰম্পৰা । সেয়ে ঢকুৱাখনা নৈপৰীয়া মিচিং কৃষকে বিঘাই বিঘাই কৰা আহু খেতিয়ে এতিয়া সোণোৱালী কৰি তুলিছে পথাৰ । চাওক এক প্ৰতিবেদনঃ

সোণগুটিৰে সোণোৱালী ঢকুৱাখনাৰ পথাৰ

ABOUT THE AUTHOR

...view details