জোনাই, ৩ ফেব্ৰুৱাৰী :যোৱা নিশা চিলাপথাৰ আৰক্ষী চকী অন্তৰ্গত ৰায়াং দলঙৰ সমীপত এক মৰ্মান্তিক ঘটনা সংঘটিত হয় ৷ মূৰকংচেলেকৰ পৰা গুৱাহাটী অভিমূখি কামাখ্যা এস্কপ্ৰেচৰ খুন্দাত নিহত হয় এজন যুৱকৰ ৷
যুৱকজন লখি নেপালী বস্তিৰ তথা জোনাইৰ নিবাসী ৰাম বাহাদুৰ চেত্ৰীৰ পুত্ৰ গনেশ ছেত্ৰী জানিবলৈ দিছে স্থানীয় লোকে ৷ যুৱক জনৰ বয়স 25 বছৰ ৷