ধেমাজি,10নৱেম্বৰঃমঙলবাৰে উত্তাল হৈ পৰে ধেমাজি চহৰৰ ৰাজপথ ৷ ধেমাজিৰ শ্ৰম বিষয়া কাৰ্যালয়ৰ দুৰ্নীতিৰ বিৰুদ্ধে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে নিৰ্মাণ শ্ৰমিক ইউনিয়নে ।
ধেমাজিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ - ধেমাজি শ্ৰম বিষয়া কাৰ্যালয়
মঙলবাৰে উত্তাল হৈ পৰে ধেমাজিৰ ৰাজপথ ৷ ধেমাজিৰ শ্ৰম বিষয়া কাৰ্যালয়ৰ দুৰ্নীতিৰ বিৰুদ্ধে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে নিৰ্মাণ শ্ৰমিক ইউনিয়নে ।

ধেমাজিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ
ধেমাজিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ
তদুপৰি নিৰ্মাণ শ্ৰমিকৰ অধিকাৰ ৰক্ষা কৰা আৰু পঞ্জীয়নৰ ক্ষেত্ৰত চলি থকা অনিয়ম বন্ধ কৰাৰ দাবীত ৰূপায়ণ কৰা শ্ৰমিক বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰে শ শ শ্ৰমিকে । ইয়াৰ উপৰি প্ৰতিবাদৰ অন্তত ধেমাজি জিলা উপায়ুক্তৰ জৰিয়তে শ্ৰম আয়ুক্তলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে নিৰ্মাণ শ্ৰমিক ইউনিয়নে ।