ধেমাজী, 21 নৱেম্বৰঃ ধেমাজী বিষ্ণুপুৰত পৰম্পৰাগত ৰীতি নীতিৰে উদযাপন কৰা হয় ষট পূজা ৷ এই উপলক্ষে হিন্দু শাস্ত্ৰ অনুসৰি নদীত নামি সূৰ্য দেৱতা আৰু পত্নী উষাক আৰাধনা কৰে কেইবা শতাধিক পুৰুষ মহিলাই ৷
পৰম্পৰাগত ৰীতি নীতিৰে বিষ্ণুপুৰত ষট পূজা উদযাপন - সূৰ্য দেৱতা আৰু পত্নী উষাক আৰাধনা কৰে
ধেমাজী বিষ্ণুপুৰত পৰম্পৰাগত ৰীতি নীতিৰে উদযাপন কৰা হয় ষট পূজা ৷ এই উপলক্ষে হিন্দু শাস্ত্ৰ অনুসৰি নদীত নামি সূৰ্য দেৱতা আৰু পত্নী উষাক আৰাধনা কৰে কেইবা শতাধিক পুৰুষ মহিলাই ৷
পৰম্পৰাগত ৰীতি নীতিৰে বিষ্ণুপুৰত ষট পূজা উদযাপন
উল্লেখ্য় যে,ধেমাজিৰ বিষ্ণুপুৰ বামুনী নাথ গাঁওবাসীয়ে শুক্ৰবাৰে আবেলি বিষ্ণুপুৰৰ জীয়াঢলৰ এৰাসুঁতিৰ পাৰৰ সাৰ্বজনীন শিৱমন্দিৰ প্ৰাঙ্গণত আয়োজন কৰে এই পূজা ৷ ইফালে ষট পূজা উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে পূজা সমিতিয়ে ৷