অসম

assam

ETV Bharat / state

ৰোকচিনত ক'ভিড প্ৰতিষেধক প্ৰদান শিবিৰ মুকলি

18-44 বছৰ বয়সৰ লোকসকলক প্ৰতিষেধক প্ৰদানৰ উদ্দেশ্যেৰে অসম-অৰুণাচল সীমান্তৱৰ্তী ৰোকচিনত মুকলি কৰা হ'ল ক'ভিড প্ৰতিষেধক প্ৰদান শিবিৰ ৷ পাচিঘাটৰ বিধায়ক নিনং ইৰিঙে শুভাৰম্ভ কৰে শিবিৰটো ৷

Camp opened in Rokchin for covid vaccination
ক'ভিড প্ৰতিষেধক প্ৰদানৰ উদ্দেশ্যেৰে ৰোকচিনত মুকলি কৰা হ'ল শিবিৰ

By

Published : May 19, 2021, 11:09 AM IST

জোনাই,19 মে':অসম-অৰুণাচল সীমান্তৱৰ্তী ৰোকচিনত মুকলি কৰা হ'ল ক'ভিড প্ৰতিষেধক প্ৰদান শিবিৰ ৷ দুয়োখন ৰাজ্যতে 18-44 বছৰ বয়সৰ লোকসকলক প্ৰতিষেধক প্ৰদানৰ উদ্দেশ্যে মুকলি কৰা হয় এই শিবিৰ ৷

ৰোকচিনত ক'ভিড প্ৰতিষেধক প্ৰদান শিবিৰ মুকলি

মঙলবাৰৰ পৰা সীমান্তৱৰ্তী অঞ্চলটোত প্ৰতিষেধক প্ৰদান কৰাৰ বাবে স্থানীয় বিধায়ক নিনং ইৰিঙে শুভাৰম্ভ কৰে শিবিৰটো ৷ মঙলবাৰৰ দিনটোত শিবিৰটোত 100 গৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰা হয় ৷

লগতে পঢ়ক:ক’ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনৰ

ABOUT THE AUTHOR

...view details