ধেমাজি , ২৩ জানুৱাৰী : বৃহস্পতিবাৰে CAA বিৰোধিতাৰে ধেমাজিত কংগ্ৰেছৰ বিশাল জোঁৰ সমদল ৷ অস্তিত্ব জনজাগৰণ যাত্ৰাত প্ৰথমে ধেমাজি গ্ৰামোন্নয়ণ অভিকৰণ কাৰ্যালয়ত বিশাল সভা আয়োজিত কৰে কংগ্ৰেছৰ নেতা কৰ্মীসকলে৷ তাৰ পাচতে নিশা ধেমাজিৰ নগৰৰ মাজমজিয়াৰে বিশাল জোঁৰৰ সমদল উলিয়াই প্ৰতিবাদকাৰীসকলে ৷ ধেমাজি কংগ্ৰেছ কাৰ্যালয়ৰ ইন্দিৰা ভৱনৰ পৰা জোঁৰ সমদল বাহিৰ কৰি চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে ৰাজপথ৷ প্ৰতিবাদী জোঁৰ সমদলত ৰিপুন বৰাকে ধৰি কংগ্ৰেছৰ অন্যান্য বিষয়ববীয়া অংশগ্ৰহণ কৰে৷
CAA বিৰোধিতাৰে ধেমাজিত কংগ্ৰেছৰ বিশাল জোঁৰ সমদল - CAA protest at dhemaji
ধেমাজিত বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰে বিশাল জোঁৰ সমদল ৷
CAA বিৰোধিতাৰে ধেমাজিত কংগ্ৰেছৰ বিশাল জোঁৰ সমদল
TAGGED:
CAA protest at dhemaji