অসম

assam

ETV Bharat / state

ধেমাজিত ৰক্তদান শিবিৰ - ধেমাজি

বুধবাৰে ধেমাজি অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত হয় ৰক্তদান শিবিৰ । COVID-19 প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এই শিবিৰ আয়োজন কৰি তেজ মজুত কৰাৰ ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিয়ে ।

Blood donation camp at dhemaji
ধেমাজিত ৰক্তদান শিবিৰ

By

Published : May 13, 2020, 7:31 PM IST

ধেমাজি , ১৩ মে : দেশৰ স্বাস্থ্য বিভাগত চলি থকা জৰুৰীকালিন সেৱাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে ধেমাজি অসামৰিক চিকিৎসালয়ত সহায় অসমৰ ৰক্তদানৰ উদ্যোগত ধেমাজি অসামৰিক চিকিৎসালয় ব্লাড বেংকৰ আৰু লায়ন্স ক্লাৱ চিলাপথাৰ গ্ৰেটাৰৰ সহযোগত অনুষ্ঠিত কৰা হয় জৰুৰীকালীন ৰক্তদান শিবিৰ ।

ধেমাজিত অনুষ্ঠিত ৰক্তদান শিবিৰ

আনহাতে, শিবিৰত ৪৩ গৰাকী লোকে ৰক্তদান কৰে । স্বেচ্ছাসেৱী অনুষ্ঠান সহায় অসম ৰক্তদান , অসমৰ ধেমাজি জিলা সমিতিৰ সমন্বয়ক প্ৰকাশ আগৰৱালাই জনোৱা অনুসৰি, সাম্প্ৰতিক সময়ত COVID-19 প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এই শিবিৰ আয়োজন কৰিছে আৰু ধেমাজি অসামৰিক চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণৰ তেজ মজুত কৰাৰ ব্যৱস্থা কৰিছে ।

ধেমাজিত অনুষ্ঠিত ৰক্তদান শিবিৰ

ABOUT THE AUTHOR

...view details