অসম

assam

ETV Bharat / state

ধেমাজিত তাই সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি

৫০ লাখ টকা ব্যয়েৰে ধেমাজিত তাই সাংস্কৃতিক গৱেষণা কেন্দ্ৰ নিৰ্মাণ। নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণি কৰে ধেমাজিৰ বিধায়ক ডা: ৰণোজ পেগুৱে।

ধেমাজিত তাই সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণি
ধেমাজিত তাই সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণি

By

Published : Nov 10, 2020, 7:23 PM IST

ধেমাজি, ১০ নৱেম্বৰ: ৰাজ্য চৰকাৰৰ অনিৰ্ধাৰিত পুজি আঁচনিৰ অধীনত ধেমাজিত তাই সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ নিৰ্মাণ কৰা হৈছে। মঙলবাৰে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে বিধায়ক ডা: ৰণোজ পেগুৱে। ধেমাজিত সদৰ উন্নয়ন খণ্ডৰ সমীপত নিৰ্মাণ কৰা হৈছে এই সাংস্কৃতিক গৱেষণা কেন্দ্ৰটো ।

ধেমাজিত তাই সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি

নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে আটাছুৰ সভাপতি লিটুল বুঢ়াগোহাঁই আৰু যুটীয়া সম্পাদক মনোজ গগৈসহ অন্যান্য নেতা কৰ্মীসকল। আহোমৰ পৰম্পৰাগত ৰীতি-নীতিৰে নিৰ্মাণ কাৰ্যৰ আৰম্ভণি কৰা হয়। ভৱিষ্যত প্ৰজন্মক জনগোষ্ঠীটোৰ সংস্কৃতিৰ বিষয়ে আভাস দিব পৰাকৈ নিৰ্মাণ কৰা হৈছে এই গৱেষণা কেন্দ্ৰ।

ধেমাজিত তাই সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণি
লগতে পঢ়ক:মালিগাঁৱত সুৰাপায়ী যুৱকৰ তাণ্ডৱ,ভাঙিলে পদপথৰ দোকান

ABOUT THE AUTHOR

...view details