অসম

assam

ETV Bharat / state

দৰঙত উদ্ধাৰ অচিনাক্ত মৃতদেহ - etv bharat

১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ হয় মৃতদেহটো

দৰঙত উদ্ধাৰ অচিনাক্ত মৃতদেহ

By

Published : Jun 29, 2019, 12:00 AM IST

দৰং, 28 জুনঃ দৰঙৰ খাৰুপেটীয়াত শুকুৰবাৰে উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ ৷ খাৰুপেটীয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পৰি থকা বিদ্যুতৰ খুটাৰ ওপৰত উদ্ধাৰ হয় মৃতদেহটো ৷

দৰঙত উদ্ধাৰ অচিনাক্ত মৃতদেহ

আনহাতে, ঘটনাস্থলীত খাৰুপেটীয়া আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details