মঙলদৈ,14 নৱেম্বৰঃ মঙলদৈৰ ভুটীয়াচাং পথত বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হয় ৷ প্ৰাপ্ত তথ্যনুসৰি প্ৰাতঃভ্ৰমণত যোৱা কিৰণ দেৱী আৰু সুৰেণ চহৰীয়াক কোনো সন্দেহজনক গধুৰ বাহনে খুন্দিওৱাৰ ফলত ঘটনাস্থলীতে লোক দুজনৰ মৃত্যু হয় ৷ নিহত দুজনৰ ঘৰ মঙলদৈৰ চপাইত বুলি জানিব পৰা গৈছে ৷
গধুৰ বাহনৰ খুন্দাত থিতাতে নিহত প্ৰাতঃভ্ৰমণৰত দুজন লোক - মঙলদৈত পথ দুৰ্ঘটনা
মঙলদৈত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনা ৷ গধুৰ বাহনৰ খুন্দাত থিতাতে নিহত দুজন ৷

গধুৰ বাহনৰ খুন্দাত থিতাতে নিহত প্ৰাতভ্ৰমণৰত দুজন লোক
গধুৰ বাহনৰ খুন্দাত থিতাতে নিহত প্ৰাতঃভ্ৰমণৰত দুজন লোক
Last Updated : Nov 14, 2019, 10:07 AM IST