Firing in Srinagar : নিৰাপত্তাৰক্ষীৰ গুলীত নিহত দুজন সন্ত্ৰাসবাদী
জম্মু-কাশ্মীৰত প্ৰায়ে সংঘটিত হৈ থাকে সন্ত্ৰাসবাদমূলক কাৰ্যকলাপ ৷ পুনৰ এবাৰ নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা (Firing in Srinagar) ৷ পুৰণি শ্ৰীনগৰৰ ৰাইনাৱাৰী অঞ্চলত মঙলবাৰে মাজনিশা নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় দুজন উগ্ৰপন্থী(Two militants killed in Srinagar) ৷
শ্ৰমিকৰ প্ৰতিবাদত উত্তাল হৈ পৰিল বৰঙাজুলি চাহ বাগিচা
28-29 মাৰ্চত ভাৰত বন্ধৰ আহ্বান জনাইছিল সৰ্বভাৰতীয় ট্ৰেড ইউনিয়নে ৷ যাৰ অংশ হিচাপে বৰঙাজুলি চাহ বাগিচাত শ্ৰমিকসকলে প্ৰতিবাদ(Tea workers protest in Borengajuli Tea estate) সাব্যস্ত কৰে ৷
মূল্যবৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদত বহিল AJYCP
ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য (Price hike in Assam) ৷ যাৰ ফলত বিপাঙত পৰিছে সৰ্ব-সাধাৰণ ৰাইজ ৷ মঙলবাৰে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ (Price hike in daily use commodities) বিৰোধিতাৰে যোৰহাটৰ বি অ' চি পইন্টত প্ৰতিবাদত বহিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP protest in Jorhat) ৷
নৱ প্ৰজন্মক থলুৱা বাদ্যযন্ত্ৰ চিনাকী কৰি দিয়াৰ প্ৰয়াস ঢোলৰ ওজা অজিত গগৈৰ
কৃষ্টি-সংস্কৃতিৰ লগতে এটা জাতিৰ পৰিচয় নিহিত হৈ আছে থলুৱা লোকবাদ্যসমূহত (Assamese Folk instruments) । আজিৰ প্ৰজন্মই লোকবাদ্য কি দৰে চিনি পাই, সেয়াহে বিচাৰ্যৰ বিষয় । থলুৱা লোক বাদ্যযন্ত্ৰ সংগ্ৰহ আৰু সংৰক্ষণ কৰি অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ চেষ্টা কৰিছে চৰাইদেউ জিলাৰ সাপেখাটিৰ ভোগবাৰীৰ এজন থলুৱা শিল্পীয়ে (Artist in Charaideu preserving folk musical instruments) ৷ নিজ গৃহতে বৰ্তমান ১০০ বিধ থলুৱা বাদ্যযন্ত্ৰ সংৰক্ষণ কৰিছে শিল্পীগৰাকীয়ে ৷
ৰাক্ষসিনীত আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ অপৰাধী
গোৱালপাৰা আৰক্ষীৰ গুলীচালনা(Police firing at Goalpara) ৷ এই গুলীচালনাত আহত হৈছে আব্দুৰ ৰহমান ওৰফে ৰিংকু নামৰ এটা দুৰ্ধৰ্ষ অপৰাধী ৷