Advantage Assam: ঔদ্যোগিক পৰিৱেশ গঢ়াত চূড়ান্তভাৱে ব্যৰ্থ হৈছে বিজেপি চৰকাৰ
সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ গৈছে লাখ লাখ যুৱক-যুৱতী (youth went abroad in search of employment) । পানীত পৰিল ‘এডভান্টেজ আছাম’ৰ নামত ব্যয় কৰা ৰাজকোষৰ কোটি কোটি টকা । চৰকাৰী পৰিকল্পনাৰ অভাৱতে গঠন নহ'ল সম্পদভিত্তিক উদ্যোগ । ঔদ্যোগিক পৰিমণ্ডল গঢ়াত ব্যৰ্থতাৰ বাবেই সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ গৈছে লাখ লাখ যুৱক-যুৱতী । ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ (State Innovation and Transformation Commission) প্রতিবেদনত উন্মোচিত ৰাজ্যৰ নিবনুৱাৰ সংস্থাপন আৰু ঔদ্যোগিক বিকাশৰ প্ৰকৃত স্বৰূপ ।
Dead body exchange: মহিলাৰ পৰিবৰ্তে পুৰুষৰ মৃতদেহ পালেগৈ ঘৰ
দৰং জিলাৰ মঙলদৈৰ ভকতপাৰাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে (Dead body exchange) ৷ মহিলাৰ পৰিৱৰ্তে পুৰুষৰ মৃতদেহ পালেগৈ ঘৰ (Dead body exchange) ৷
AASAA protest : চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল মৈজঙ্গা চাহ বাগিচা
প্ৰতিবাদকাৰীৰ বিভিন্ন দাবীৰে উত্তাল হ'ল গোৱালপাৰাৰ মৈজঙ্গা চাহ বাগিচা (Tea worker protest at Maijonga Tea Estate)। বাগিচাৰ ভিতৰত আদৰ্শ বিদ্যালয় স্থাপনৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ । বিভিন্ন দাবীৰে বাগিচাৰ পৰিচালকলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ প্ৰতিবাদকাৰীৰ ।
Anti drug awareness meeting : দুৰ্নীতি বিৰোধী যুৱশক্তিৰ উদ্যোগত সজাগতা সভা
ৰাজ্যত ড্ৰাগছৰ সৰবৰাহ অব্যাহত থকাৰ মাজকে দুৰ্নীতি বিৰোধী যুৱশক্তি,অসমৰ আদৰণীয় পদক্ষেপ । উত্তৰ লখিমপুৰৰ চাপৰি গাঁৱত সংগঠনটোৱে আয়োজন কৰিলে ড্ৰাগছ বিৰোধী সজাগতা সভা (Anti drug awareness meeting at Lakhimpur)। সচেতন নাগৰিক সমাজেও সহযোগিতা আগবঢ়ায় ।
FIFA World cup final : অন্তিম যুঁজত আৰ্জেণ্টিনা বনাম ফ্ৰান্স !
বিশ্বকাপ ফুটবলৰ ফাইনেল উপভোগ কৰিবলৈ সাজু হৈছে বিশ্ববাসী (Argentina vs France)। ঐতিহাসিক খেলখনত মেছিৰ আৰ্জেণ্টিনা মুখামুখি হ'ব ফ্ৰান্সৰ । বিশ্বকাপ ফুটবলত দুয়োটা দলৰ ইতিহাস কেনে ?