মন্ত্রী জয়ন্তমল্ল বৰুৱালৈ কিয় 'বাৰ্নল' প্ৰেৰণ কৰিলে যুৱ কংগ্ৰেছে ?
ৰাজীৱ ভৱনত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ সংবাদমেল । প্ৰদেশ যুৱ কংগ্ৰেছৰ বান সাহায্য প্ৰদানক লৈ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিলে অংকিতা দত্তই । জয়ন্তমল্ল বৰুৱাৰ 'চৰ্ট টাইম মেম’ৰি লষ্ট’ হোৱা বুলি মন্তব্য অংকিতা দত্তৰ (Jayanta Malla Baruah lost his short-term memory)।
Army operation in Tinsukia: আলফাক আশ্ৰয় দিয়াৰ অভিযোগত এজনক আটক
তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত সেনা-আৰক্ষীৰ ব্যাপক অভিযান (Operation against ULFAin Assam-Arunachal border)। আলফাৰ(স্বাধীন)সদস্যক আশ্ৰয় তথা ধনৰ লেন-দেন কৰাৰ অভিযোগত এজনক আটক (One detained for harboring ULFA I)।
Govt school teacher suspended: ৰাজ্যত প্ৰথমজন শিক্ষক সাংবাদিকক নিলম্বন শিক্ষা বিভাগৰ
চৰকাৰী শিক্ষকৰ পদত থাকি সাংবাদিকতা আৰু এল আই চি এজেণ্ট হৈ থকা শিক্ষকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ ৰাজ্য চৰকাৰৰ । তাৰেই কাৰ্যব্যৱস্থা হিচাবে মঙলবাৰে ৰাজ্যখনৰ প্ৰথমজন শিক্ষকক নিলম্বন কৰা হয় । শিক্ষা বিভাগে নলবাৰী জিলাৰ মুকালমুৱাৰ লাওপাৰা হাইস্কুলৰ সহকাৰী শিক্ষক তথা 'দৈনিক অসম' বাতৰিকাকতৰ সাংবাদিক ৰাজেন ডেকাক নিলম্বন কৰে (First Journalist Teacher suspended in Assam) ।
An old woman in spotlight: কামপুৰৰ ৭০ বছৰীয়া আইতাৰ মহানুভৱতা
বছৰৰ দ্বিতীয়টো বানত অসম একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত হৈছে (Flood situation in Assam)। প্ৰায় প্ৰতিখন জিলাই বানত ক্ষতিগ্ৰস্ত হৈছে । লাখ লাখ লোক দিশহাৰা হৈ পৰিছে । বহুলোক এতিয়াও আশ্ৰয় শিবিৰতে থাকিবলগীয়া হৈছে । ইয়াৰ মাজতে ঘৰ-মাটি হেৰুৱাই সৰ্বস্বান্ত বানাক্ৰান্ত ।
Controversy in football: চিয়েৰা প্ৰিমিয়াৰ লীগৰ দুখন মেচত ১৮৭ টা গ'ল
চিয়েৰা লিয়ন ফুটবল এছ'চিয়েশ্যনে (Sierra Leone Football Association) দুখন খেলৰ ফলাফল সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত । চিয়েৰা লিয়ন ফুটবল এছ'চিয়েশ্যনে সদৰি কৰা অনুসৰি দেওবাৰে প্ৰিমিয়াৰ লীগৰ দ্বিতীয় স্তৰৰ দুখন যোগ্যতা অৰ্জনকাৰী খেলত গ'ল হৈছিল ১৮৭ টা ।