ETV Bharat / state
Dhula Murder Case: মঙলদৈ অসামৰিক চিকিৎসালয়ৰ তিনি চিকিৎসকক গ্ৰেপ্তাৰ
সোমবাৰে গ্ৰেপ্তাৰ হ’ল মঙলদৈ অসামৰিক চিকিৎসালয়ৰ তিনিজন চিকিৎসক (Three doctors of Mangaldoi Civil Hospital arrested) ৷ ধূলা থানাৰ অন্তৰ্গত আদিবাসী বনকৰা যুৱতীৰ মৃত্যুৰ ভুৱা মৰণোত্তৰৰ ৰিপৰ্ট দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ চিকিৎসককেইজন (Dhula murder case) ৷
মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক গ্ৰেপ্তাৰ
By
Published : Nov 7, 2022, 6:08 PM IST
| Updated : Nov 7, 2022, 6:30 PM IST
- গ্ৰেপ্তাৰ হ’ল মঙলদৈ অসামৰিক চিকিৎসালয়ৰ তিনিজন চিকিৎসক (Three doctors of Mangaldoi Civil Hospital arrested)
- ধূলা থানাৰ অন্তৰ্গত এগৰাকী আদিবাসী বনকৰা যুৱতীৰ মৃত্যুৰ ভুৱা মৰণোত্তৰৰ ৰিপৰ্ট দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ চিকিৎসককেইজন (Dhula murder case)
- গ্ৰেপ্তাৰ হোৱা তিনি চিকিৎসক ক্ৰমে ডাঃ অৰুণ ডেকা, ডাঃ অনুপম শৰ্মা, ডাঃ অজন্তা বৰদলৈ
- গুৱাহাটীৰ পৰা SITৰ দলে গ্ৰেপ্তাৰ কৰে তিনিওজন চিকিৎসকক
- সোমবাৰে জিলা ও সত্ৰ ন্যায়াধীশ আদালতে দুদিনৰ বাবে আৰক্ষী জিম্মাত প্ৰেৰণ কৰে চিকিৎসককেইজনক
Last Updated : Nov 7, 2022, 6:30 PM IST